Polly po-cket
Prince Abinash
কাজলপ্ৰিয়া,
উতলা ফাগুনৰ
প্ৰথমজাক বৰষুণত
তুমি তিতিছা,
আৰু মই লৈছো
তোমাৰ সুকোমল ওঁঠেদি
বাগৰি অহা
বৰষুণৰ টোপালৰ স্বাদ !

কিন্তু , টোপালবোৰ নিমখীয়া নহয়,
বহুত সোৱাদযুক্ত!
কাৰণ, এই টোপালবোৰে যে
স্পৰ্শ পাইছে তোমাৰ মিঠা ওঁঠৰ....!!

ණ প্ৰিন্স অবিনাশ