Teya Salat
Prince Abinash
বাহিৰত বৰষুণৰ
ৰিমঝিম গান..
গাৰুটোকে বুকুত সামৰি লৈ
পাৰ কৰি দিছো
বহুতো অতন্দ্ৰ নিশা
ইম্মান নিষ্ঠুৰ
হ'ব পাৰেনে নিয়তি ???
বিবাহৰ মাত্ৰ
তিনিটা মাহৰ পিছতে
তোমাক আঁতৰাই লৈ গ'ল
মোৰ বুকু সুদা কৰি....!!!
ණ প্ৰিন্স অবিনাশ
Log in